YouTube doesn't want you know this subscribers secret
Get Free YouTube Subscribers, Views and Likes

এজনো সমৰ্থক গোটাব নোৱাৰিলে মন কিন্তু MP হোৱাৰ। লখিমপুৰত মনোনয়ন দিবলৈ আহিল এজন আজৱ প্ৰাৰ্থী।

Follow
Hassinur Alom

লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল এগৰাকী আজৱ প্ৰাৰ্থী। অজল নমঃসূত্ৰ নামৰ প্ৰাৰ্থী গৰাকীয়ে মঙলবাৰেও দিবলৈ আহিছিল মনোনয়ন। পিছে ভিৰৰ বাবে দিব নোৱাৰিলে নিজৰ মনোনয়ন। পুনৰ আজি মনোনয়ন দিবলৈ অহা প্ৰাৰ্থী গৰাকীক ঠগিলে সমৰ্থকে। সমৰ্থক আহিম বুলি কৈ লগত নাহিল এজনো সমৰ্থক। নিজকে অখিল গগৈৰ মানুহ বুলি দাবী কৰা প্ৰাৰ্থী জনে নাজানে লখিমপুৰ লোকসভা সমষ্টিত ভোটাৰ কিমান আছে। নাজানে লোকসভা সমষ্টিটোত থকা বিধানসভা সমষ্টি কেইটাৰ নাম। নিৰ্বাচনত জয়ী হম বুলি দাবী কৰা অজল নমঃসূত্ৰৰ সমৰ্থক সকল কালি কৰা কষ্টৰ বাবেই আজি আছে টোপনিত। এইগৰাকী অজল নমঃসূত্ৰ সৰৱ হৈ পৰিল সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধেও।

posted by Gardenia4d